হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা।


হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা।

কভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে সম্প্ৰতি তিতাবৰত স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনে মুঠ ১৬ টাকৈ স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

পুৱাই তিতাবৰ নগৰৰ চাৰিআলি অঞ্চলৰ হৰিজন কলনীক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। বৃহত্তৰ অঞ্চলটোত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে চেনিটাইজেশ্যন কৰিছে।

ৰাইজ আৰু প্ৰশাসনৰ সজাগ-সচেতনতাৰ বাবে শেহতীয়াকৈ তিতাবৰত কভিডত আক্ৰান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও দৈনিক কভিডত বিভিন্নজন লোক আক্ৰান্ত হৈ আছে বুলি মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে