ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?
Valentine's day মানৱ জাতীৰ কাৰণে লজ্জাজনক ভাৰতৰ পৱিত্ৰ নাৰী সমাজখনক চৰম ভাৱে অপমান কৰি অহা ভেলেন্টাইন ডে'ৰ আৰৰ আচল কাহিনী-
১৪ ফেব্ৰুৱাৰী এই দিনটোৰ আৰঁত থকা তেওঁ
আচলতে নায়ক নহয়, মূল খলনায়ক জন আছিল ইতালিৰ ৰাজধানী ৰোমৰ ছেন্ট ভেলেন্টাইন।
পুৰণি কালত ৰোমত সকলো পৰিয়ালৰ এজন পুৰুষ সদস্যই নিজ দেশৰ সুৰক্ষাৰ স্বাৰ্থত ৰোমৰ
সেনাবাহিনীত যোগদান কৰাটো এটা নিয়ম আছিল, আনহাতে সেনাত যোগদান কৰা পুৰুষ
সকলে বিয়া পতা নিষেধ আছিল।
ছেন্ট ভেলেন্টাইন আছিল ৰোম সেনাৰ এজন
সৈনিক। পিছে তেওঁ আছিল গাভৰু ছোৱালী তথা
বিশেষকৈ পৰো স্ত্ৰীৰ সৈতে অবৈধ যৌনতাৰ
তৃপ্তি উপভোগ কৰা এজন দুৰ্দান্ত প্ৰেমিক, প্ৰতিদিনে তেওঁ নতুন নতুন দুখীয়া, অভাৱ
অনাটনৰ মাজত জীয়াই থকা গাভৰু ছোৱালী
তথা বিশেষকৈ পৰো স্ত্ৰী প্ৰেমিকাৰ
সন্ধানত ঘূৰি ফুৰিছিল।
আৰু এনেকৈয়ে তেওঁ বহুতো দুখীয়া গাভৰু ছোৱালীক টকাৰ লোভ দেখুৱাই তথা কিছুমান গিৰিয়েক বেপাৰ বানিজ্য কৰিবলৈ বাহিৰত যোৱা ঘৰত গিৰীয়েকৰ অবিহনে থকা পত্নীক ফুচুলাবলৈ সক্ষম হলেই তেওঁ সেই মহিলা গৰাকীক সম্ভোগ কৰি উভতি আহিছিল।
কিন্তু সেই সময়ৰ ৰোমৰ সম্ৰাট ক্লাউডিয়াছ
আছিল সম্পূৰ্ণ ৰূপে অবৈধ প্ৰেম বিৰোধী। তেওঁৰ ধাৰণা আছিল সৈনিকসকলক বিবাহ, অবৈধ প্ৰেম, যৌন সর্ম্পক আদিৰ পৰা আতৰত ৰাখিব পাৰিলেহে ভালদৰে, সঠিকভাৱে দেশসেৱা কৰিব পাৰিব।
কিন্তু বদমাছ ছেন্ট ভেলেন্টাইন আছিল ইয়াৰ বিপৰীত তেওঁৰ মতে প্ৰেম আৰু যৌনতা মানুহৰ জন্মগত অধিকাৰ গতিকে ইয়াৰ ওপৰত হস্তক্ষেপ কৰা কাৰো অধিকাৰ নাই।
তেওঁ নিজে একাধিক নাৰীৰ লগত অবৈধ প্ৰেমৰ সর্ম্পক ৰাখিছিল আৰু গোপনে কেবাজনো সতীর্থ সেনাক বিয়া পাতি দিছিল। আৰু সেইসকল সৈনিক পত্নীৰ সৈতেও ভেলেন্টাইনে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলি আহিছিল।
এই কথা গম পাই সম্ৰাট ক্লাউডিয়াছে বিচাৰ কৰিবলৈ ছেন্ট ভেলেন্টাইনক মাতি পঠালে কিন্তু
ভেলেন্টাইনে নিজৰ মত সলনি নকৰো বুলি কোৱাত তেওঁক কাৰাগাৰত বন্দী কৰি ৰখা হল।
কিন্তু বদমাছ ভেলেন্টাইনৰ অবৈধ যৌনতাৰ
তৃপ্তি উপভোগৰ প্ৰতি ইমান ধাউতি আছিল যে
সি কাৰাগাৰত থাকিও অবৈধ প্ৰেমৰ সর্ম্পক অব্যাহত ৰাখিলে।
অবশেষত সম্ৰাট ক্লাউডিয়াছে উপায় বিহীন হৈ ২৭০ খৃষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত এইজন মহা বদমাছ, ধূৰন্ধৰ ভেলেন্টাইনক মৃত্যুদণ্ড বিহে।
ছেন্ট ভেলেন্টাইনে তেওঁৰ অবৈধ যৌনতাৰ প্ৰেমক ৰক্ষা কৰাৰ বাবেই নিজৰ জীৱন উর্চগা কৰিছিল।
সেয়ে তেওঁৰ মৃত্যু তিথিৰ দিনা ১৪ ফেব্ৰুৱাৰীৰ দিনটোত পশ্চিমীয়া দেশবোৰত প্ৰেমৰ দিৱস হিচাপে তেওঁৰ নামেৰে ভেলেন্টাই ডে' হিচাপে পালন কৰা হয়।
Comments
Post a Comment