সু-উচ্চ পাহাৰৰ ওপৰত প্ৰেমিকে দিলে বিয়াৰ প্ৰস্তাৱ! আনন্দৰ মুহূৰ্তৰ মাজতে ভৰি পিছলি ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা

সূৰ্যাস্ত, মুক্ত আকাশ! পাহাৰৰ এটা কোণত, য’ত চিঞৰি প্ৰ’পোজ কৰিলে উত্তৰ দিয়ে পাহাৰে। কিন্তু সেই সময়ত কিছু সাৱধানতা অৱলম্বন কৰাৰো প্ৰয়োজন। কাৰণ বিপদ কেতিয়া আহিব, কোনে জানে?

প্ৰেমিক আৰু প্ৰেমিকা অষ্ট্ৰিয়াৰ বাসিন্দা। পাহৰৰ নিৰ্জন এটা কোণত ৰৈ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰেমিকাক প্ৰেমিকে দিয়ে বিয়াৰ প্ৰস্তাৱ। লগে লগে প্ৰেমিকাৰ মন আনন্দৰে ভৰি পৰিল। চিঞৰি চিঞৰি সন্মতি জনালে প্ৰেমিকৰ প্ৰস্তাৱক। কিন্তু সেই সময়তে
সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

Comments

Popular posts from this blog

অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লীত এজাহাৰ

বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?