চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সু- খবৰ!

মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সু -খবৰ। চৰকাৰী কৰ্মচাৰী সকলে বন্ধ পাব মাঘ বিহুৰ উৰুকাত। ঘৰৰ পৰিয়ালৰ সৈতে একেলগে বহি উৰুকা পালন কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী সকলে। ১৩ জানুৱাৰীত এই দিনটোত ৰাজ্য চৰকাৰে, চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সীমিত বন্ধৰ কথা ঘোষণা কৰিছে।

Comments

Popular posts from this blog

অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লীত এজাহাৰ

বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?