চিলিণ্ডাৰ গ্ৰাহকলৈ সুখবৰ! প্ৰতিটো চিলিণ্ডাৰত ৫০০ টকাৰ কেচবেক! সকলো কোম্পানীৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব


তিনিদিনৰ ভিতৰত আপুনি উভতাই পাব ৫০০ টকা। সকলো কোম্পানীৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব। কিন্তু কেনেকৈ লাভ কৰিব এই সুবিধা। প্ৰথমে PAYTM এপত বুক চিলিণ্ডাৰ অপশ্বনটোত ক্লিক কৰিব লাগিব।

যদিহে দেখা নাপায় SHOW MORE অপশ্বনত ক্লিক কৰিব লাগিব। ইয়াৰ পাচতেই গেছ প্ৰভাইদাৰ কোম্পানীৰ নাম বাছনি কৰিব লাগিব।

আপোনাৰ ৰেজিষ্টাৰ্ড আই ডি অথবা ফোন নম্বৰ দিব লাগিব। তাৰ পাছতে প্ৰচেছ অপশ্বনত ক্লিক কৰিব লাগিব। আপোনাৰ নামৰ সৈতে সকলো ঠিকনা স্ক্ৰীনত দেখা পাব।

যিকোনো কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপুনি মূল্য আদায় দিব পাৰিব। পেমেণ্ট কৰাৰ পূৰ্বে FIRSTLPGত ক্লিক কৰিব লাগিব। ইয়াৰ পৰা যি প্ৰম' ক'ড লাভ কৰিব তাৰ ভিত্তিতেই ৫০০ টকাৰ কেচবেক কৰা হ'ব।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে