‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে
সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হোৱাৰ আগতেই আহিল ভালখবৰ! প্ৰথমটি সন্তানক আদৰিবলৈ সাজু তাৰকা দম্পতিটো।
কৰিব জনপ্ৰিয় অভিনেত্ৰী পূজা বেনাৰ্জীয়ে। প্ৰথমটি সন্তানক আদৰিবলৈ এতিয়া সাজু হৈছে তাৰকা দম্পতিটো।
-------------------------আৰু পঢ়ক--------------------------সন্তান জন্ম হোৱাৰ পিছতে সামাজিক ভাবে বিয়াত বহিব পূজা। পূজাই কৈছে যে, বিয়াক লৈ বহু পৰিকল্পনা কৰা হৈছিল। কিন্তু কোৰোণাৰ বাবে অনুষ্ঠিত নহ’ল বিবাহ অনুষ্ঠান। আনকি ৰেজিষ্ট্ৰেশ্যনৰ সময়তো মাতৃ উপস্থিত থাকিব নোৱাৰিলে। গতিকে সন্তান জন্ম হোৱাৰ পিছতে বিয়াত বহিব অভিনেত্ৰীগৰাকী।
- - - আৰু পঢ়ক----Advertisement
ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে আইনী প্ৰক্ৰিয়াৰে বিবাহ পাশত আবদ্ধ হৈছে অভিনেতা কুনাল বৰ্মাৰ সৈতে।
আৰু পঢ়কস্বাধীনতা দিৱসৰ দিনা অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া ছাইটত স্বামী কুনাল বৰ্মাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে।
আৰু পঢ়কAdvertisement
পূজাই কোৱা মতে, ইতিমধ্যে ঘৰলৈ আহিবলগীয়া নতুন আলহীৰ নাম পৰ্যন্ত ঠিক কৰি ৰাখিছে তেওঁলোকে। এতিয়া অপেক্ষা কৰিছে মাত্ৰ সেই দিনটোলৈ!
আৰু পঢ়কপ্ৰায় ১২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছে পূজা আৰু কুনাল। ২০১৭ চনৰ ১৬ আগষ্টত দুয়োৰে Engagement হয়। আৰু ২০২০ৰ ১৫ এপ্ৰিলত দুয়ো সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও কোৰোণাৰ বাবে বিবাহ অনুষ্ঠান বাতিল কৰা হয়।
আৰু পঢ়কAdvertisement
প্ৰায়ে ছচিয়েল মিডিয়াত সক্ৰিয় পূজা বেনাৰ্জী।
আৰু পঢ়কAdvertisement
| |
AUGUST 19, 2020, 4:37 PM IST
AUGUST 19, 2020, 4:37 PM IST
SBI-ৰ বৃহৎ ঘোষণা! ন্যূনতম বেলেন্স নাৰাখিলে দিব নালাগে জৰিমনা, ফ্রি হ’ল SMS-সেৱাও
এই ন্যূন্যতম বেলেন্স নাৰাখিলে ৫টকাৰ পৰা ১৫টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিছিল গ্ৰাহকে। চেভিংছ একাউণ্টত বৰ্তমান এছবিআই–এ ২.৭ শতাংশ সুত দিছে।
1/6
চেভিংছ একাউণ্টত ন্যূনতম বেলেন্স নাৰাখিলে এইবাৰ আৰু জৰিমনা নাকাটে ষ্টেট বেংক অৱ ইণ্ডিয়া অৰ্থাৎ SBI–এ, অর্থাত্ এছবিআইৰ গ্রাহকে একাউণ্টত ন্যূনতম বেলেন্স নাৰাখিলেও কথা নাই।
আৰু পঢ়কগ্রাহকসকলৰ কাৰণে ষ্টেট বেংকৰ আন এটা ভাল খবৰ হ’ল, এছএমএছৰ বাবদ চার্জো তুলি লৈছে বেংকে। বেংক লেনদেনৰ যি তথ্য এছএমএছৰ মাধ্যমেৰে গ্রাহকসকলক এছবিআইয়ে জনায় তাৰ ওপৰত ইমানদিনে বাৰ্ষিক এটা চাৰ্জ লৈ আহিছিল বেংকে। এইবাৰ সেই চাৰ্জ উঠাই লোৱা হৈছে। ৪৪ কোটিৰ অধিক চেভিংছ একাউণ্ট আছে ষ্টেট বেংকৰ।
আৰু পঢ়কAdvertisement
গতিকে যিসকলে এছবিআইৰ চেভিংছ একাউণ্টত বেছি বেলেন্স বজাই ৰাখিব সেইসকলৰ কাৰণেও বিশেষ সুবিধা ঘোষণা কৰিছে ষ্টেট বেংকে। সংশ্লিষ্ট গ্রাহকসকলৰ ATM-ৰ বিনামূলীয়া লেনদেনৰ সংখ্যা বৃদ্ধি কৰা হ’ব।
আৰু পঢ়কযিসকল গ্রাহকে চেভিংছ একাউণ্টত ১ লাখ বা তাৰ অধিক টকাৰ বেলেন্স বজাই ৰাখিব সেইসকলৰ ATM লেনদেন প্রতি মাহত আনলিমিটেড ফ্রি কৰা হ’ব৷
আৰু পঢ়কAdvertisement
চলিত বছৰৰ মার্চ মাহত SBI–এ ঘোষণা কৰিছিল মিনিমাম বেলেন্স বজাই ৰখাৰ ক্ষেত্ৰত জৰিমনা তুলি লোৱা হ’ব। ইয়াৰ পূৰ্বে এছবিআইৰ গ্রাহকসকলে মেট্র’ চহৰত ৩ হাজাৰ, আধা-চহৰত ২ হাজাৰ আৰু গ্ৰাম্য এলেকাত ১ হাজাৰ টকা মিনিমাম বেলেন্স চেভিংছ একাউণ্টত বৰ্তাই ৰাখিব লাগিছিল।
আৰু পঢ়কএই ন্যূন্যতম বেলেন্স নাৰাখিলে ৫টকাৰ পৰা ১৫টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিছিল গ্ৰাহকে। চেভিংছ একাউণ্টত বৰ্তমান এছবিআই–এ ২.৭ শতাংশ সুত দিছে।
আৰু পঢ়কAdvertisement
| |
AUGUST 19, 2020, 11:59 AM IST
AUGUST 19, 2020, 11:59 AM IST
নিয়মীয়াকৈ দুবেলা কম বা বেছিকৈ খায় নে কি এই ৫বিধ বগা খাদ্য? আপুনি চপাইছে বিপদ
মনত ৰাখক এই খাদ্যৰ তালিকা, নাখাব বা অগত্যা সীমিত খাওক নহ’লে বিপদ নামিব পাৰে।
1/6
পেট মন দুইটাই ভৰিব লাগে। গতিকে দৈনন্দিন জীৱনত যথেষ্ট খাদ্য আমি বাদ দিব নোৱাৰো। অথচ সীমা নাজানিলে চাপিব পাৰে বিপদ। আহক জানো এই খাদ্যৰ তালিকাত কি কি আছে যিয়ে বিপদ নমাব পাৰে।
আৰু পঢ়কনিমখ সকলো সময়তে পৰিমাণ মতে খোৱা উচিত। ৰক্তচাপৰ সমস্যাত নিমখ খোৱা নিয়ন্ত্রণ কৰিবই লাগিব। বজাৰত পোৱা নিমখে অনেক সময়ত শৰীৰত টক্সিক ৰসায়ন তৈয়াৰ কৰিব পাৰে। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। হেলথলাইন.কম নামক এটা স্বাস্থ্য জার্নালে সতর্ক কৰিছে এই সমস্যা ৰোধ নহ’লে হাৰ্ট এটেকো হ’ব পাৰে।
আৰু পঢ়কAdvertisement
চেনী- আমি যি চিন্থেটিক চেনী খাওঁ, তাৰ দ্বাৰা ওজন বৃদ্ধি ,দাঁতৰ সমস্যা, ত্বকৰ বলিৰেখা, ডায়েবেটিছ ইত্যাদি নানা সমস্যাৰ কাৰক।
আৰু পঢ়কগাখীৰ-চেন্টাৰ ফৰ নিউট্রিশ্যন ষ্টাডিজে সতর্ক কৰিছে , প্ৰচুৰ পৰিমাণে ডায়েৰী মিল্ক পান কৰিলে অভাৰিান কেন্সাৰ আৰু প্ৰষ্টেট কেন্সাৰৰ কাৰণ হ’ব পাৰে। ইয়াৰ বাহিৰে গৰুৰ গাখীৰ খালেও ডায়েবেটিছৰ সমস্যাই দেখা দিব পাৰে।
আৰু পঢ়কAdvertisement
ময়দা- ওজন বৃদ্ধি, হজমৰ সমস্যা, আদি ময়দাৰ অপকাৰীতা বহুত। চিকিৎসকসকলৰ পৰামর্শ মানি লৈ, ময়দা বাদ দি সকলো সময়তে আটাৰ তৈয়াৰ কৰা ৰুটী, নুডল খোৱা উচিত।
আৰু পঢ়কবগা ভাত- চিকিৎসকসকলে সদায় পৰামৰ্শ দিছে যে বগা ভাত নহয় বৰং ব্ৰাউন ৰাইচ খাওক। কাৰণ কীটনাশক দিয়া বগা ভাত খালে নানাটা সমস্যা হ’ব পাৰে।
আৰু পঢ়কAdvertisement
| |
AUGUST 18, 2020, 2:22 PM IST
AUGUST 18, 2020, 2:22 PM IST
এতিয়া হোৱাটছএপতো বুকিং কৰিব পাৰিব গেছ চিলিণ্ডাৰ, চাওক কেনেকৈ...
যিকোনো সামগ্ৰী ক্ৰয় কৰা বা বিল পেমেণ্ট কৰা সকলো ফোনৰ জৰিয়তে সম্ভৱ। এতিয়া আনকি আপুনি গেছ চিলিণ্ডাৰো হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰে।
1/6
বৰ্তমান প্ৰায় সকলো কামেই অনলাইনত কৰাৰ সুবিধা আছে। আপোনাৰ ফোনত হোৱাটছআপ থাকিলে একাধিক কাম সহজেই কৰিব পাৰে। ইয়াৰ কাৰণে আৰু বেংক হওক বা গেছৰ দোকানত শাৰী পাতিব নালাগে। যিকোনো সামগ্ৰী ক্ৰয় কৰা বা বিল পেমেণ্ট কৰা সকলো ফোনৰ জৰিয়তে সম্ভৱ। এতিয়া আনকি আপুনি গেছ চিলিণ্ডাৰো হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰে।
আৰু পঢ়কIndane গেছ বুকিঙৰ ক্ষেত্রত আৰু ৰেজিষ্টাৰ্ড নম্বৰৰ পৰা ফোন কৰিব নালাগে। মাত্ৰ এটা মেচেজ কৰিলেই হ’ব। ইয়াৰ কাৰণে তৈল সংস্থাটোৰ তৰফৰ পৰা এটা নম্বৰ জাৰি কৰা হৈছে। আপুনি কেৱল REFILL টাইপ কৰি সেই নম্বৰত পঠিয়াই দিলেই হ’ল। হোৱাটছএপৰ মাধ্যমত আপোনাৰ গেছৰ ষ্টেটাছ জানিব পাৰে।
আৰু পঢ়কAdvertisement
Indane গেছৰ উপভোক্তাসকলে 7588888824 নম্বৰত হোৱাটছএপ কৰিব লাগিব। কিন্তু ইয়াৰ কাৰণে আপুনি ৰেজিষ্টাৰ্ড নম্বৰৰ পৰাহে হোৱাটছএপ কৰিব লাগিব।
আৰু পঢ়কমেচেজ কৰাৰ সময়ত খেয়াল ৰাখিব লাগিব যে আপুনি এজেন্সীত ৰেজিষ্টাৰ্ড থকা নম্বৰৰ পৰা হোৱাটছএপ ব্যৱহাৰ কৰিছে। অন্য নম্বৰৰ পৰা মেচেজ কৰিলে নহ’ব।
আৰু পঢ়কAdvertisement
বুকিঙৰ পিছত আপোনাৰ গেছ চিলিণ্ডাৰৰ ষ্টেটাছ সহজেই জানিব পাৰিব। ইয়াৰ কাৰণে ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা STATUS# লিখি অর্ডাৰ নম্বৰৰ কাৰণে হোৱাটছএপ কৰিব লাগিব। বুকিঙৰ পিছত আপোনাক অৰ্ডাৰ নম্বৰ দিয়া হ’ব। ধৰক আপোনাৰ অর্ডাৰ নম্বৰ 12345 তাহলে STATUS#12345 এই ধৰণে লিখি পঠিয়াব লাগিব 7588888824 নম্বৰত ৷ তেতিয়াহে ষ্টেটাছ জানিব পাৰিব। অৱশ্যে মন কৰিব, STATUS# আৰু অর্ডাৰ নম্বৰৰ মাজত কোনো স্পেচ যাতে নাথাকে।
আৰু পঢ়কমিচড কল দি বুকিঙৰ সুবিধা আগৰ পৰাই আছে। Indane ৰ উপভোক্তাসকলে 9911554411 নম্বৰত মিচড কল দি গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে।
আৰু পঢ়ক
Comments
Post a Comment