ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলত চাৰিজনকৈ অসম সন্তান

 অসমৰ ৪জন বলাৰ ডুবাইত অনুষ্ঠিত হ’ব লগা আই পি এলৰ ৰাজস্থান ৰয়েলছৰ হৈ নেটত বলিং কৰিবলৈ সুবিধা লাভ কৰিছে৷ 


আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে উভতি আহিব খেলুৱৈকেইজন৷


খেলুৱৈ কেইজন হৈছে জিতুমণি কলিতা,মৃণ্ময় দত্ত,মুক্তাৰ হুছেইন, আৰু ৰাহুল সিং৷ 


আটাইকেইগৰাকী খেলুৱৈয়ে ১৭ আগষ্টত ইউ এ ই অভিমুখে ৰাওনা হ’ব।


মহামাৰীৰ বাবে এইবাৰ ইউ এ ইত হ’ব আই পি এলৰ তৃতীয় সংস্কৰণ৷ 


অহা ১৯ ছেপ্টম্বৰৰ পৰা ১০ নবেম্বৰলৈ ইউনাইটেড আৰৱ এমিৰেটছৰ চমুকৈ ইউ এ ইৰ ক্ৰমে শ্বাৰজাহ আৰু আবু ধাবিত অনুষ্ঠিত হ’ব খেলখন৷


Comments

Popular posts from this blog

অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লীত এজাহাৰ

বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?