Posts

Showing posts from February, 2021

ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?

Image
Valentine's day মানৱ জাতীৰ কাৰণে লজ্জাজনক ভাৰতৰ পৱিত্ৰ নাৰী সমাজখনক চৰম ভাৱে অপমান কৰি অহা ভেলেন্টাইন ডে'ৰ আৰৰ আচল কাহিনী- ১৪ ফেব্ৰুৱাৰী এই দিনটোৰ আৰঁত থকা তেওঁ আচলতে নায়ক নহয়, মূল খলনায়ক জন আছিল ইতালিৰ ৰাজধানী ৰোমৰ ছেন্ট ভেলেন্টাইন। পুৰণি কালত ৰোমত সকলো পৰিয়ালৰ এজন পুৰুষ সদস্যই নিজ দেশৰ সুৰক্ষাৰ স্বাৰ্থত ৰোমৰ সেনাবাহিনীত যোগদান কৰাটো এটা নিয়ম আছিল, আনহাতে সেনাত যোগদান কৰা পুৰুষ সকলে বিয়া পতা নিষেধ আছিল। ছেন্ট ভেলেন্টাইন আছিল ৰোম সেনাৰ এজন সৈনিক। পিছে তেওঁ আছিল গাভৰু ছোৱালী তথা বিশেষকৈ পৰো স্ত্ৰীৰ সৈতে অবৈধ যৌনতাৰ তৃপ্তি উপভোগ কৰা এজন দুৰ্দান্ত প্ৰেমিক, প্ৰতিদিনে তেওঁ নতুন নতুন দুখীয়া, অভাৱ অনাটনৰ মাজত জীয়াই থকা গাভৰু ছোৱালী তথা বিশেষকৈ পৰো স্ত্ৰী প্ৰেমিকাৰ সন্ধানত ঘূৰি ফুৰিছিল।  আৰু এনেকৈয়ে তেওঁ বহুতো দুখীয়া গাভৰু ছোৱালীক টকাৰ লোভ দেখুৱাই তথা কিছুমান গিৰিয়েক বেপাৰ বানিজ্য কৰিবলৈ বাহিৰত যোৱা ঘৰত গিৰীয়েকৰ অবিহনে থকা পত্নীক ফুচুলাবলৈ সক্ষম হলেই তেওঁ সেই মহিলা গৰাকীক সম্ভোগ কৰি উভতি আহিছিল। কিন্তু সেই সময়ৰ ৰোমৰ সম্ৰাট ক্লাউডিয়াছ আছিল সম্পূৰ্ণ